মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

খননপট্টাৰ অনুমোদনৰ বাবে আবেদন

খনিজ ৰেহাই অধিনিয়ম,১৯৬০ (২৬ জুলাই,২০১২ সংশোধন পৰ্যন্ত) অনুসৰি-

ক. পৰিদৰ্শন অনুজ্ঞাৰ আবেদনৰ প্ৰপত্ৰৰ বাবে চাওক ৬১ নং পৃষ্ঠা, “Mineral concession Rules.doc” ফাইল।

খ. প্ৰত্যাশা অনুজ্ঞাৰ আবেদনৰ B প্ৰপত্ৰৰ বাবে চাওক ৬৪ নং পৃষ্ঠা, “Mineral concession Rules.doc” ফাইল।

গ. প্ৰত্যাশা অনুজ্ঞাৰ আবেদনৰ D প্ৰপত্ৰৰ বাবে চাওক ৬৭ নং পৃষ্ঠা, খনন পট্টা আৰু নবীকৰণ, “Mineral concession Rules.doc” ফাইল।

ঘ. পৰিদৰ্শন অনুজ্ঞাৰ আবেদনপ্ৰাপ্তিৰ বাবদ Form D-1ৰ বাবে চাওক পৃষ্ঠা নং ৬৮।

ঙ. প্ৰত্যাশা অনুজ্ঞাৰ আবেদনপ্ৰাপ্তিৰ বাবদ E ৰ বাবে চাওক পৃষ্ঠা নং ৬৯।

চ. প্ৰত্যাশা অনুজ্ঞা ডীড প্ৰপত্ৰ Fৰ বাবে চাওক পৃষ্ঠা নং ৭১।

ছ. পৰিদৰ্শন অনুজ্ঞা ডীড প্ৰপত্ৰ F-1ৰ বাবে চাওক পৃষ্ঠা নং ৮৫।

জ. প্ৰত্যাশা অনুজ্ঞাৰ আবেদনৰ পঞ্জীয়নৰ বাবে প্ৰপত্ৰ Gৰ বাবে চাওক পৃষ্ঠা নং ৯৬।

ঝ. পৰিদৰ্শন অনুজ্ঞাৰ আবেদনৰ পঞ্জীয়নৰ বাবে প্ৰপত্ৰ G-1ৰ বাবে চাওক পৃষ্ঠা নং ৯৭।

ঞ. প্ৰত্যাশা অনুজ্ঞাৰ পঞ্জীয়নৰ বাবে প্ৰপত্ৰ Hৰ বাবে চাওক পৃষ্ঠা নং ৯৮।

ট. পৰিদৰ্শন অনুজ্ঞাৰ পঞ্জীয়নৰ বাবে প্ৰপত্ৰ H-1ৰ বাবে চাওক পৃষ্ঠা নং ৯৯।

ঠ. খনন পট্টাৰ আবেদনৰ বাবে প্ৰপত্ৰ Form-Iৰ বাবে চাওক পৃষ্ঠা নং ১০০।

ড. খনন পট্টাৰ নবীকৰণৰ আবেদনৰ বাবে প্ৰপত্ৰ Form-Jৰ বাবে চাওক পৃষ্ঠা নং ১০৫।

ঢ. খনন পট্টাৰ ডীডৰ বাবে প্ৰপত্ৰ Form-Kৰ বাবে চাওক পৃষ্ঠা নং ১০৮।

ণ. খনন পট্টাৰ আবেদনৰ বাবে প্ৰপত্ৰ Form-Lৰ বাবে চাওক পৃষ্ঠা নং ১৩০।

ত. খনন পট্টাৰ পঞ্জীয়নৰ বাবে প্ৰপত্ৰ Form-Mৰ বাবে চাওক পৃষ্ঠা নং ১৩১।

থ. ৰিভিজনৰ আবেদনৰ বাবে চাওক Form-N, পৃষ্ঠা নং ১৩২।

দ. খনন পট্টা হস্তান্তৰৰ আৰ্হি প্ৰপত্ৰৰ বাবে চাওক Form-O পৃষ্ঠা নং ১৩৪।

ধ. প্ৰত্যাশা অনুজ্ঞাৰ হস্তান্তৰৰ আৰ্হি প্ৰপত্ৰৰ বাবে চাওক Form-P পৃষ্ঠা নং ১৩৮।