খনিজ সন্ধান
প্ৰকল্প ১– কাৰ্বি আংলং জিলাৰ বকুলীয়া চহৰৰ ওচৰৰ কল্যা-দুং অঞ্চলত কয়লাৰ সন্ধান। টপশ্বিট নং 83G/1 কৰিবলগীয়া কামৰ পৰিমাণ-
| কামৰ ধৰণ | লক্ষ্য |
|---|---|
১. প্ৰাথমিক ভূতাত্বিক মেপিং (স্কেল- ১:২৫০০০) | ২০ বৰ্গ কিলোমিটাৰ
|
২. সীমাসূচক ৰেখাৰ সৈতে বিতং ভূতাত্বিক মেপিং (স্কেল- ১:২০০০) | ২ বৰ্গ কিলোমিটাৰ |
৩. ড্ৰিলিং | ২০০ মিটাৰ
|
৪. নমুনা সংগ্ৰহ | প্ৰয়োজন অনুসাৰে
|
প্ৰকল্প ২– প্ৰমোচনেল এক্সপ্ৰোৰেচনৰ অধীনত কাৰ্বি আংলং জিলাৰ মজিয়াৰ কাষৰীয়া লালদেবা নেপালীবস্তি এলেকা আৰু চাপৌ টেৰণ গাঁৱত কয়লাৰ সন্ধান। টপশ্বিট নং 83G/9 কৰিবলগীয়া কামৰ পৰিমাণ-
| কামৰ ধৰণ | লক্ষ্য |
|---|---|
১. প্ৰাথমিক ভূতাত্বিক মেপিং (স্কেল- ১:২৫০০০) | ২০ বৰ্গ কিলোমিটাৰ
|
২. সীমাসূচক ৰেখাৰ সৈতে বিতং ভূতাত্বিক মেপিং (স্কেল- ১:২০০০) | ২ বৰ্গ কিলোমিটাৰ |
৩. ড্ৰিলিং | ৩০০ মিটাৰ
|
৪. নমুনা সংগ্ৰহ | প্ৰয়োজন অনুসাৰে
|
প্ৰকল্প ৩– লখিমপুৰ জিলাত সোঁৱণশিৰি আৰু ইয়াৰ উপনৈসমূহত প্লেচাৰ সোণৰ সন্ধান। টপশ্বিট নং 831/6, 1/7 কৰিবলগীয়া কামৰ পৰিমাণ-
| কামৰ ধৰণ | লক্ষ্য |
|---|---|
১. প্ৰাথমিক ভূতাত্বিক মেপিং (স্কেল- ১:১২৫০০) | ৮০ বৰ্গ কিলোমিটাৰ |
২. নমুনা সংগ্ৰহ | ১. গভীৰ তলিৰ প্ৰস্তৰ অংশৰ নমুনাৰ সংগ্ৰহ ১০০টা ২. মাটিৰ নমুনা সংগ্ৰহ – ১০০টা ৩. প্ৰবাহৰ নুমনা সংগ্ৰহ – ১০০টা ৪. ঠিয়, ঠেক, দীঘল গাঁত নিৰ্মাণ – ১০০টা |
প্ৰকল্প ৪– ডিমা হাছাও জিলাৰ উমৰাংছুৰ কাষৰীয়া বুৰাহুংদুং অঞ্চলত চূণশিলৰ সন্ধান। টপশ্বিট নং 85C/11 কৰিবলগীয়া কামৰ পৰিমাণ-
| কামৰ ধৰণ | লক্ষ্য |
|---|---|
১. প্ৰাথমিক ভূতাত্বিক মেপিং (স্কেল- ১:২৫০০০) | ১০ বৰ্গ কিলোমিটাৰ
|
২. সীমাসূচক ৰেখাৰ সৈতে বিতং ভূতাত্বিক মেপিং (স্কেল- ১:২০০০) | ১ বৰ্গ কিলোমিটাৰ |
৩. নমুনা সংগ্ৰহ | প্ৰয়োজন অনুসাৰে
|
প্ৰকল্প ৫– গোৱালপাৰা জিলাৰ অজাগড় পাহাৰত মাত্ৰিক শিলৰ বিতং মেপিং আৰু সাম্প্ৰতিক অধ্যয়ন। টপশ্বিট নং 78J/12 কৰিবলগীয়া কামৰ পৰিমাণ-
| কামৰ ধৰণ | লক্ষ্য |
|---|---|
১. প্ৰাথমিক ভূতাত্বিক মেপিং (স্কেল- ১:৫০০০০) | ৪০০ বৰ্গ কিলোমিটাৰ
|
২. বিতং ভূতাত্বিক মেপিং (স্কেল- ১:২০০০) | ১.৫ বৰ্গ কিলোমিটাৰ
|
৩. নমুনা সংগ্ৰহ | প্ৰয়োজন অনুসাৰে
|
প্ৰকল্প ৬– ভাৰত-ভূটান আন্তৰ্জাতিক সীমাৰ ওচৰৰ বাক্সা জিলাৰ বগামাটি অঞ্চলত ...... অনুসন্ধান। টপশ্বিট পোৱা নগল। কৰিবলগীয়া কামৰ পৰিমাণ-
| কামৰ ধৰণ | লক্ষ্য |
|---|---|
১. প্ৰাথমিক ভূতাত্বিক মেপিং (স্কেল- ১:২৫০০০) | ৫ বৰ্গ কিলোমিটাৰ
|
২. সীমাসূচক ৰেখাৰ সৈতে বিতং ভূতাত্বিক মেপিং (স্কেল- ১:২০০০) | ২ বৰ্গ কিলোমিটাৰ |
৩. নমুনা সংগ্ৰহ | প্ৰয়োজন অনুসাৰে
|
বিশেষ প্ৰকল্প ১-
খনন পট্টা অঞ্চলৰ পৰিদৰ্শন
খনন পট্টাৰ সকলো এলেকাত সঞ্চালকালয়ে পৰিদৰ্শনৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে. যাতে সেই পৰিদৰ্শনৰ দ্বাৰা পট্টাৰ সঠিক আৰু নিয়মানুসাৰে ব্যৱহাৰ হৈছে নে নাই তাক নিশ্চিত কৰিব পাৰি।
| Title | Size | Detail |
|---|---|---|
| Schemes (2017-2018) | 202.59 KB |