মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

খনিজ আৰু ভূ-জল সম্পদৰ অন্বেষণ

  • খনিজ আৰু ভূ-জল সম্পদৰ অন্বেষণ-

    • ৰাজ্যজুৰি খনিজ আৰু ভূ-জল সম্পদৰ অন্বেষণ।
    • খনিজ প্ৰধান অঞ্চলবোৰৰ বিতং ভূ-তাত্বিক মেপিং
    • খনিজ অঞ্চলৰ কৰ ড্ৰিলিং
    • ভূ-জল সমীক্ষা
    • অন্বেষণমূলক ড্ৰিলিং আৰু ভূজলৰ বাবে নলীনাদৰ নিৰ্মাণ
    • খনিজ আৰু ভূ-জলৰ নমুনা সংগ্ৰহ
    • ৰাজ্যখনত খনিজ আৰু ভূজল সম্পদ প্ৰতিষ্ঠাৰ উদ্দেশ্যেৰে গৱেষণাগাৰৰ অধ্যয়ন।