খনিজ আৰু ভূ-জল সম্পদৰ অন্বেষণ-
- ৰাজ্যজুৰি খনিজ আৰু ভূ-জল সম্পদৰ অন্বেষণ।
- খনিজ প্ৰধান অঞ্চলবোৰৰ বিতং ভূ-তাত্বিক মেপিং
- খনিজ অঞ্চলৰ কৰ ড্ৰিলিং
- ভূ-জল সমীক্ষা
- অন্বেষণমূলক ড্ৰিলিং আৰু ভূজলৰ বাবে নলীনাদৰ নিৰ্মাণ
- খনিজ আৰু ভূ-জলৰ নমুনা সংগ্ৰহ
- ৰাজ্যখনত খনিজ আৰু ভূজল সম্পদ প্ৰতিষ্ঠাৰ উদ্দেশ্যেৰে গৱেষণাগাৰৰ অধ্যয়ন।