মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

আমাৰ সংমণ্ডল/ ক্ষেত্ৰ কাৰ্য্যালয়সমূহ

  • সংমণ্ডলঃ ১৯৭০ চনত খনিজ তেল আৰু কয়লা সংক্ৰান্তীয় ৰাজহ আৰু অন্যান্য সম্পৰ্কিত বিষয়সমূহৰ পৰ্যবেক্ষণৰ কাৰণে সঞ্চালকালয়ে ডেহৰাডুনত এটি কাৰ্য্যালয় মুকলি কৰে।

    ক্ষেত্ৰ কাৰ্য্যালয়সমূহঃ উমৰাংচু, নামৰূপ আৰু তেজপুৰত বিভাগৰ তিনিটা স্থায়ী ক্ষেত্ৰ কেম্প আছে। ওচৰৰ এলেকাসমূহত অন্বেষণ কাৰ্যক্ৰম চলোৱাৰ কাৰণে এই স্থায়ী কেম্পসমূহত প্ৰচুৰ সংখ্যক ড্ৰিলিং সৰঞ্জাম সংৰক্ষিত কৰা হয়।