মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

ভূ-জল অনুসন্ধান

    • ভূ-জল অনুসন্ধান

    প্ৰকল্প ১– বৃহত্তৰ গুৱাহাটীৰ গভীৰ জলাশয়সমূহত জল-ভূবৈজ্ঞানিক অনুসন্ধান। লগতে হাতীগাঁও আৰু জটিয়া আদি ঠাইৰ ভূ-জলত ফ্লুৰাইডৰ দ্বাৰা দূষিত হৈছে নেকি, তাক জানিবলৈ বিতং ৰাসায়নিক অধ্যয়ন। তাৰোপৰি হাজো, শুৱালকুছি আদি অঞ্চলত পুনৰমূল্যাংকনৰ বাবে জল-ভূবৈজ্ঞানিক সমীক্ষা। টপশ্বিট নং 78N/11, 78N/12, 78N/16 কৰিবলগীয়া কামৰ পৰিমাণ-

    কামৰ ধৰণলক্ষ্য

    ১. জল ভূ-বৈজ্ঞানিক সমীক্ষা (স্কেল- ১:৫০০০০)

    ৩২৮ বৰ্গ কিলোমিটাৰ

     

    ২. পুনৰমূল্যাংকনভিত্তিক জল ভূ-বৈজ্ঞানিক সমীক্ষা  (স্কেল- ১:৫০,০০০)

    ১০০ বৰ্গ কিলোমিটাৰ

    ৩. গৱেষণামূলক নলীনাদ

    ২টা

     

    ৪. পৰ্যবেক্ষণ নলীনাদ

    ২৫টা

     

    ৫. পিয়েজমিটাৰ স্থাপন

    প্ৰয়োজন অনুসাৰে

     

    ৩. নমুনা সংগ্ৰহ

    -

     

     

    প্ৰকল্প ১– ভূ-জলৰ গুণাগুণ অধ্যয়নৰ বাবে নগাঁও জিলাৰ পূব আৰু উত্তৰ-পূব অঞ্চল, লগতে কা্বি আংলঙৰ পশ্চিমাঞ্চলত প্ৰাথমিক জল ভূ-বৈজ্ঞানিক অনুসন্ধান। টপশ্বিট নং 83 (B/15, B/16, F/2, F/3, E/4, E/8, G/5) কৰিবলগীয়া কামৰ পৰিমাণ-

    কামৰ ধৰণলক্ষ্য

    ১. জল ভূ-বৈজ্ঞানিক সমীক্ষা (স্কেল- ১:৫০০০০)

    ১০০০ বৰ্গ কিলোমিটাৰ

     

    ২. পানীৰ নমুনা

    আয়োজন অনুসাৰে

     

    ৩. গৱেষণামূলক নলীনাদ

    ২টা

     

    ৪. আৰ.এন. সংযোগ

    প্ৰয়োজন অনুসাৰে

     

    ৫. ডাটা/তথ্য সংগ্ৰহ

    -

     

     

    প্ৰকল্প ১– বৃহত্তৰ গুৱাহাটীত ভূ-জল ব্যৱহাৰ সন্দৰ্ভত সজাগতামূলক অনুষ্ঠান। কৰিবলগীয়া কামৰ পৰিমাণ-

     

    কামৰ ধৰণলক্ষ্য

    ১. ৰাজহুৱা সভা, আলোচনাচক্ৰ আদিৰ জৰিয়তে জনসজাগতা সৃষ্টি। লগতে মিডিয়াৰ জৰিয়তে এবাৰ

    প্ৰয়োজন অনুসাৰে

     

    • বিশেষ অনুষ্ঠান-

    বিভিন্ন চৰকাৰী-বেচৰকাৰী আৰু ব্যক্তিগত অনুষ্ঠানৰ অনুৰোধত আৰু প্ৰয়োজন অনুসাৰে জল ভূ-বৈজ্ঞানিক কাম কিছুমান সম্পাদন কৰা হব পাৰে। অসমৰ ভূ-জল নিয়ন্ত্ৰণ আৰু নিয়ম আইন,২০১২ৰ অধীনত  অসম ৰাজ্যিক ভূজল প্ৰাধিকৰণৰ গঠন আৰু সংবিধান। ৰাজ্যিক প্ৰাধিকৰণৰ গঠন এনে ধৰণৰ হব-

    ·         অসম চৰকাৰৰ সচিব, জলসিঞ্চন বিভাগ

    পদেনঅধ্যক্ষ

    ·         মুখ্য অভিযন্তা, ক্ষুদ্ৰ জলসিঞ্চন বিভাগ, অসম

    পদেনসদস্য

    ·         মুখ্য অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম

    পদেনসদস্য

    ·         মুখ্য অভিযন্তা, কৃষি বিভাগ, অসম

    পদেনসদস্য

    ·         ভূ-তত্ব আৰু খনন সঞ্চালকালয়ৰ সঞ্চালক, অসম

    পদেনসদস্য-সচিব

    ·         গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণে বাচনি কৰি দিয়া এগৰাকী প্ৰতিনিধি মুখ্য অভিযন্তা, গুৱাহাটী পৌৰ নিগম

    সদস্য

    ·         নগৰ উন্নয়ন বিভাগৰ এগৰাকী প্ৰতিনিধি, বিভাগে অসম চৰকাৰলৈ তেওঁক বাচনি কৰি দিব           কেন্দ্ৰীয় ভূ-জল বোৰ্ডৰ এগৰাকী প্ৰতিনিধি, বোৰ্ডৰ অধ্যইই তেওঁক বাচনি কৰি দিব   সদস্য

    সদস্য

    ·         ৰাইজ/উদ্যোগৰ দুগৰাকী প্ৰতিনিধি – বেচৰকাৰী লোক হিচাপে চৰকাৰে

     তেওঁলোক দুয়োকে বাচনি কৰি দিব   

    সদস্য

     

    ২০১৭-১৮ বৰ্ষৰ বাবে কামৰ প্ৰস্তাৱ-

    • এলেকা নিৰ্ধাৰণ কৰা
    • নিৰ্দ্ধাৰিত এলেকাত ইতিমধ্যে থকা ব্যৱহাৰকাৰী পঞ্জীয়ন
    • অনিৰ্দ্ধাৰিত এলেকাত নতুন নলীনাদ ব্যৱহাৰকাৰীৰ পঞ্জীয়ন।
    • ড্ৰিলিং এজেন্সীৰ পঞ্জীয়ন
    • ভূ-জলৰ সক্ৰিয়কৰণৰ বাবে বৰ্ষাজল সংৰক্ষণ
    • সম্ভাৱনীয়তাৰ ৰিপোৰ্ট।