মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

খনিজ আৰু পেট্ৰলিয়ামৰ প্ৰশাসন

  • খনিজ আৰু পেট্ৰলিয়ামৰ প্ৰশাসন

    • ৰাজ্যজুৰি খনিজ আৰু পেট্ৰলিয়ামৰ প্ৰশাসন
    • খনিজ আৰু পেট্ৰলিয়ামৰ অন্বেষণৰ বাবে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানক অনুজ্ঞা প্ৰদান।
    • সাধাৰণ খনিজৰ বাবে খনন প্ৰকল্পলৈ অনুমোদন।
    • ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানলৈ খনিজ আৰু পেট্ৰলিয়ামৰ বাবে অসম চৰকাৰৰ খনি আৰু খনিজ বিভাগৰ দ্বাৰা খনন পট্টা প্ৰদান।
    • খনিজ সম্পদসমূহৰ যথাসম্ভৱ খনন
    • খনন পট্টা আৰু অন্যান্য অনুজ্ঞা সন্দৰ্ভত বিভিন্ন আইন প্ৰৱৰ্তন আৰু প্ৰয়োগৰ দিশটো চোৱাচিতা কৰা।
    • নিয়ম অনুসৰি পৰিচালনা কৰা আৰু খনিজ আৰু পেট্ৰলিয়ামত ৰেহাইৰ ব্যৱস্থা কৰাৰ লগতে ৰাজ্যখনত খনিজ আৰু পেট্ৰলিয়ামৰ কাম কৰা পট্টাধিকাৰী বা লেচীসকলৰ পৰা পাবলগীয়া তথা কোষাগাৰলৈ যাবলগীয়া ৰয়েল্টী, ভাড়া আৰু অন্যান্য অনাকৰ ৰাজহসমূহৰ মূল্যায়ন আৰু কাৰ্যকৰী কৰা