প্ৰকল্প ১– বৃহত্তৰ গুৱাহাটীৰ গভীৰ জলাশয়সমূহত জল-ভূবৈজ্ঞানিক অনুসন্ধান। লগতে হাতীগাঁও আৰু জটিয়া আদি ঠাইৰ ভূ-জলত ফ্লুৰাইডৰ দ্বাৰা দূষিত হৈছে নেকি, তাক জানিবলৈ বিতং ৰাসায়নিক অধ্যয়ন। তাৰোপৰি হাজো, শুৱালকুছি আদি অঞ্চলত পুনৰমূল্যাংকনৰ বাবে জল-ভূবৈজ্ঞানিক সমীক্ষা। টপশ্বিট নং 78N/11, 78N/12, 78N/16 কৰিবলগীয়া কামৰ পৰিমাণ-
কামৰ ধৰণ | লক্ষ্য |
---|---|
১. জল ভূ-বৈজ্ঞানিক সমীক্ষা (স্কেল- ১:৫০০০০) | ৩২৮ বৰ্গ কিলোমিটাৰ
|
২. পুনৰমূল্যাংকনভিত্তিক জল ভূ-বৈজ্ঞানিক সমীক্ষা (স্কেল- ১:৫০,০০০) | ১০০ বৰ্গ কিলোমিটাৰ |
৩. গৱেষণামূলক নলীনাদ | ২টা
|
৪. পৰ্যবেক্ষণ নলীনাদ | ২৫টা
|
৫. পিয়েজমিটাৰ স্থাপন | প্ৰয়োজন অনুসাৰে
|
৩. নমুনা সংগ্ৰহ | -
|
প্ৰকল্প ১– ভূ-জলৰ গুণাগুণ অধ্যয়নৰ বাবে নগাঁও জিলাৰ পূব আৰু উত্তৰ-পূব অঞ্চল, লগতে কা্বি আংলঙৰ পশ্চিমাঞ্চলত প্ৰাথমিক জল ভূ-বৈজ্ঞানিক অনুসন্ধান। টপশ্বিট নং 83 (B/15, B/16, F/2, F/3, E/4, E/8, G/5) কৰিবলগীয়া কামৰ পৰিমাণ-
কামৰ ধৰণ | লক্ষ্য |
---|---|
১. জল ভূ-বৈজ্ঞানিক সমীক্ষা (স্কেল- ১:৫০০০০) | ১০০০ বৰ্গ কিলোমিটাৰ
|
২. পানীৰ নমুনা | আয়োজন অনুসাৰে
|
৩. গৱেষণামূলক নলীনাদ | ২টা
|
৪. আৰ.এন. সংযোগ | প্ৰয়োজন অনুসাৰে
|
৫. ডাটা/তথ্য সংগ্ৰহ | -
|
প্ৰকল্প ১– বৃহত্তৰ গুৱাহাটীত ভূ-জল ব্যৱহাৰ সন্দৰ্ভত সজাগতামূলক অনুষ্ঠান। কৰিবলগীয়া কামৰ পৰিমাণ-
কামৰ ধৰণ | লক্ষ্য |
---|---|
১. ৰাজহুৱা সভা, আলোচনাচক্ৰ আদিৰ জৰিয়তে জনসজাগতা সৃষ্টি। লগতে মিডিয়াৰ জৰিয়তে এবাৰ | প্ৰয়োজন অনুসাৰে |
বিভিন্ন চৰকাৰী-বেচৰকাৰী আৰু ব্যক্তিগত অনুষ্ঠানৰ অনুৰোধত আৰু প্ৰয়োজন অনুসাৰে জল ভূ-বৈজ্ঞানিক কাম কিছুমান সম্পাদন কৰা হব পাৰে। অসমৰ ভূ-জল নিয়ন্ত্ৰণ আৰু নিয়ম আইন,২০১২ৰ অধীনত অসম ৰাজ্যিক ভূজল প্ৰাধিকৰণৰ গঠন আৰু সংবিধান। ৰাজ্যিক প্ৰাধিকৰণৰ গঠন এনে ধৰণৰ হব-
· অসম চৰকাৰৰ সচিব, জলসিঞ্চন বিভাগ | পদেনঅধ্যক্ষ |
· মুখ্য অভিযন্তা, ক্ষুদ্ৰ জলসিঞ্চন বিভাগ, অসম | পদেনসদস্য |
· মুখ্য অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম | পদেনসদস্য |
· মুখ্য অভিযন্তা, কৃষি বিভাগ, অসম | পদেনসদস্য |
· ভূ-তত্ব আৰু খনন সঞ্চালকালয়ৰ সঞ্চালক, অসম | পদেনসদস্য-সচিব |
· গুৱাহাটী পৌৰ উন্নয়ন প্ৰাধিকৰণে বাচনি কৰি দিয়া এগৰাকী প্ৰতিনিধি মুখ্য অভিযন্তা, গুৱাহাটী পৌৰ নিগম | সদস্য |
· নগৰ উন্নয়ন বিভাগৰ এগৰাকী প্ৰতিনিধি, বিভাগে অসম চৰকাৰলৈ তেওঁক বাচনি কৰি দিব কেন্দ্ৰীয় ভূ-জল বোৰ্ডৰ এগৰাকী প্ৰতিনিধি, বোৰ্ডৰ অধ্যইই তেওঁক বাচনি কৰি দিব সদস্য | সদস্য |
· ৰাইজ/উদ্যোগৰ দুগৰাকী প্ৰতিনিধি – বেচৰকাৰী লোক হিচাপে চৰকাৰে তেওঁলোক দুয়োকে বাচনি কৰি দিব | সদস্য |
২০১৭-১৮ বৰ্ষৰ বাবে কামৰ প্ৰস্তাৱ-