মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ খনি আৰু খনিজ পদাৰ্থ ভূ-তত্ব আৰু খনন সঞ্চালকলয়

খনিজৰ অন্বেষণ

পৰিচিতিঃ

কয়লা হৈছে ক’লা বৰণৰ মুগা চানেকীয়া এচিড দাহ্য পাথৰ। ইয়াৰ ভূগভৰি দহনশীল শিলাময় স্তৰত পোৱা যায় আৰু ইংৰাজীত ক’ল বেডচ( Coal Beds)  বোলা হয়। এনে ধৰণৰ কঠিন কয়লা হৈছে এনথ্ৰাচাইট কয়লা আৰু আমি ৰূপান্তৰিত শিল(metamorphic Coal) বুলিও আখ্যা দিব পাৰে। ভূগৰ্ভৰ হেঁচা আৰু উচ্চ তাপমানৰ ফলত ই আন ৰূপ লয়। কয়লা মূলতঃ কাৰ্বনেৰে গঠিত। ইয়াৰ উপৰিও হাইড্ৰ’জেন, চালফাৰ, অক্সিজেন আৰু নাইট্ৰ’জেন আদি মৌলত কম বেছি পৰিমাণে কয়লাত থাকে। আজিৰ ব্যৱহাৰযোগ্য কয়লা ভূ-গৰ্ভত সাজু হৈ উঠিবলৈকো বহুত সময়জুৰি সংঘটিত জৈৱিক আৰু ভূতাত্বিক প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়। জীৱাশ্ম কয়লাৰ বাবে প্ৰথমে মৃত উদ্ভিদ পীটলৈ পৰ্যবাসিত হ’ব লাগিব। সেইবোৰ এসময়ত লিগনাইট হয়, লিগনাইটৰ পৰা হয়গৈ উপ বিটুমিনাচ আৰু শেষত বিটুমিনাচৰ পৰা ৰূপ লয় এনথ্ৰাচাইট কয়লাৰ।

ক্ৰমিক নঃকয়লাক্ষেত্ৰজিলাস্থানযাতায়তউপলব্ধ

ৰাসায়নিক সংযুতি / গুণগতম মান

ভাণ্ডাৰ ক্ষমতা(নিযুত লৈ)

 

মাকুম কয়লাক্ষেত্ৰ

নামছাং কলিয়েৰী(২৭ডিগ্ৰী ১৬ ডিগ্ৰী ০০ ডিগ্ৰী) উত্তৰ (পূৱ ৯৫ ডিগ্ৰী ৫১ ডিগ্ৰী, ০০ ডিগ্ৰী) বৰগোলাই কলিয়েৰী (২৭ডিগ্ৰী ১৬ ডিগ্ৰী ০০ ডিগ্ৰী)উত্তৰ (৯৫ ডিগ্ৰী ৫১ ডিগ্ৰী, ০০ ডিগ্ৰী) পূৱ লিডু কলিয়েৰী (২৭ডিগ্ৰী ১৬ ডিগ্ৰী ০০ ডিগ্ৰী) উত্তৰ (৯৫ ডিগ্ৰী ৫১ ডিগ্ৰী, ০০ ডিগ্ৰী)  পূৱ টিপং কলিয়েৰী (২৭ডিগ্ৰী ১৬ ডিগ্ৰী ০০ ডিগ্ৰী) উত্তৰ (৯৫ ডিগ্ৰী ৫১ ডিগ্ৰী, ০০ ডিগ্ৰী)

বিতং

ৰেলপথ আৰু দুয়োটাৰে স্থলপথ এই ঠাইলৈ যাব পাৰি। ৰেলপথ তিনিচুকীয়া জংচনৰ মতে সংলগ্ন ।

টিককাঙ পৰ্বত আৰু বৰগোলাই গঠনৰ অধীন কয়লাময় শিলনি, যি ২৯ কিঃমি দীঘল আৰু ৪.৬ কিঃমি বহল ।

নিচেই কম ছাঁই আৰু আদ্ৰতাযুক্ত উচ্চ মানসম্পন্ন।উচ্চ ছালফাৰ-আৰ্দ্ৰতাঃ ২-৯ %

চালফাৰঃ ১-৪ %

স্থিৰ কাৰ্বনঃ ৪২-৬০ %

বাষ্পশীল পদাৰ্থঃ ৩৮-৫১ %

তাপ মূল্য - ৫০৩৫-৭৯৫০  keal/kg

 

মুঠ ভাণ্ডাৰ ক্ষমতাঃ ৩১৬ নিযুত লৈ

প্ৰামাণ্য ভাণ্ডাৰ ক্ষমতাঃ৩০৫

                                                                                             ৩০৫ নিযুত লৈ

 

দিল্লী জয়পুৰ কয়লাক্ষেত্ৰ

ডিব্ৰুগড় জিলাৰ অংশবিশেষ(জয়পুৰ কলিয়েৰী শিৱসাগৰ জিলাৰ অংশ বিশেষ

(দিল্লী কলিয়েৰী পৃথক হৈছে দিল্লীৰ দ্বাৰা (দিবং নৈ) 

অক্ষাংশঃ ২৭ ডিগ্ৰী ৫০ ডিগ্ৰী ০০ ডিগ্ৰীৰ পৰা ২৭ ডিগ্ৰী ৮ ডিগ্ৰী ৩০ ডিগ্ৰী উত্তৰ দ্ৰাঘিমাংশ ৯৫ ডিগ্ৰী ৫ ডিগ্ৰী ১০ ডিগ্ৰীৰ পৰা ৯৫ ডিগ্ৰী ১৫ ডিগ্ৰী ০০ ডিগ্ৰী পূৱ

কয়লাক্ষেত্ৰখন ১২ কিঃমি দৈৰ্ঘ্যৰ স্থলপথেৰে নামৰূপ ৰেল ষ্টেচনৰ সৈতে সংযুক্ত হৈ আছে। ইয়ালৈ শিৱসাগৰৰ পৰা সোণাৰি হৈ আহিব পাৰি আৰু ডিব্ৰুগড়ৰ পৰা নাহৰকটীয়া দুলীয়াজান হৈও আহিব পাৰি।

এই ক্ষেত্ৰখন ৪০ কি মি দীঘল আৰু

০.৫০ কি মি বহল। টিংকাং পৰ্বতৰ অধীন চাৰিটা                                  

স্পষ্ট ক্ষেত্ৰ ইয়াত আছে। তললৈকে কয়লাৰ ডাঠ স্তৰ ইয়াত দেখিবলৈ পোৱা যায়। ০৫ মিটাৰৰ পৰা ২১ মিটাৰলৈকে আটাইতকৈ তলৰক্ষেত্ৰত প্ৰায় ১০ ধৰণৰ বেলেগ বেলেগ গাঢ়তাৰ স্তৰ আছে।

উচ্চ মানসম্পন্ন। কম ছাঁইযুক্ত। অধিক আৰ্দ্ৰতা আৰু অধিক ছালফাৰসম্পন্ন উপৰিভাগৰ কয়লা স্তৰ-

আৰ্দ্ৰতাঃ ৩.৭-৬.৭ %

ছাঁইঃ ৫.৪-২৪.৯ %

চালফাৰঃ৩২-৭.৪%

স্থিৰ কাৰ্বনঃ ৩২.১-৪৬.৫%

বাষ্পশীল পদাৰ্থঃ ৩২.৫-৪৫.৫%

তাপ মূল্যঃ ৫০৩৫-৬০২০  keal/kg

নিম্নভাগৰ কয়লাস্তৰ

মুঠ ভাণ্ডাৰ ক্ষমতাঃ ৫৪ নিযুত লৈ

প্ৰামাণ্য ভাণ্ডাৰ ক্ষমতাঃ৩২

                                                                                             ৩০৫ নিযুত লৈ

 

           



Downloads
TitleSizeDetail
Exploration done by Directorate of Geology and Mining, Assam198.37 KBswf-image