I am now accessing as a :

Government Of Assam Mines & Minerals Directorate of Geology & Mining

গ্ৰন্থাগাৰ

গ্ৰন্থাগাৰ বিভাগে বিভিন্ন অন্বেষণমূলক কাৰ্যৰ কাৰিকৰী ৰিপোৰ্টৰ লগতে ভূতত্ব, খনন, পৰিবেশ, প্ৰদূষণ আৰু খনন বিষয়ক বিভিন্ন আইন আৰু নিয়মাৱলীৰ কিতাপ মজুত কৰি ৰাখিছে। অসমৰ ভূতত্ব আৰু খনন কাৰ্যৰ বিষয়ে জানিবলৈ লোকে এই বিভাগীয় গ্ৰন্থাগাৰত খবৰ কৰিব পাৰে।

ভূতত্ব আৰু খনন সঞ্চালকালয়
অসম চৰকাৰ
কাহিলীপাৰা, গুৱাহাটী-৭৮১০১৯